অ’ মোৰ আপোনাৰ দেশঅ’ মোৰ চিকুণী দেশএনেখন সুৱলা,এনেখন সুফলাএনেখন মৰমৰ দেশ।অ’ মোৰ সুৰীয়া মাতঅ’ মোৰ সুৱদী মাতপৃথিৱীৰ ক'তো বিচাৰি জনমটোনোপোৱা কৰিলেও পাত।অ’ মোৰ ওপজা ঠাইঅ’ মোৰ অসমী আইচাই লওঁ এবাৰ মুখনি তোমাৰহেঁপাহ মোৰ পলোৱা নাই। Video Audio